আজিৰ তাৰিখত খোৱাপানী যোগানৰ ক্ষেত্ৰত গ্ৰামীণ আৱাসৰ স্থিতি চাবলৈ শ্বোৱাইপ কৰক
| বিত্তীয় বৰ্ষ – আজিৰ তাৰিখত (সৰ্বমুঠ আৰু ৪০ এল.পি.চি.ডি. অনুসৰি) | |||||
|---|---|---|---|---|---|
| ক্ৰমিক নং | জিলা | আৱাস ভূমিৰ সংখ্যা | সম্পূৰ্ণ আবৃত আৱাসভূমিৰ সংখ্যা | আংশিকভাৱে আবৃত আৱাসভূমিৰ সংখ্যা | প্ৰদূষিত আৱাসভূমিৰ সংখ্যা |
| মুঠ | মুঠ | মুঠ | মুঠ | ||
| ১ | বাক্সা | ৩২৫৯ | ৭৬৯ | ৬৭৯ | ১৮১১ |
| ২ | বৰপেটা | ৩৩৯০ | ১২৯৬ | ১৩৮২ | ৭১২ |
| ৩ | বঙাইগাঁও | ২৩৩২ | ৬৪৯ | ১৬৭৫ | ৮ |
| ৪ | কাছাৰ | ৩১৪৫ | ২৭৫৪ | ৩৮৬ | ৫ |
| ৫ | চিৰাং | ২২১০ | ১৪২৬ | ৬৬৪ | ১২০ |
| ৬ | দৰং | ২৩৯৩ | ১৭৯০ | ১০৭ | ৪৯৬ |
| ৭ | ধেমাজি | ২৩১২ | ১১২৯ | ৭৫০ | ৪৩৩ |
| ৮ | ধুবুৰী | ৪১৫৬ | ১৮৪১ | ১৯০০ | ৪১৫ |
| ৯ | ডিব্ৰুগড় | ৭০২৮ | ৫৫১৩ | ১২৭০ | ২৪৫ |
| ১০ | গোৱালপাৰা | ২৭৬৯ | ১৮১৩ | ৮৪০ | ২৪৫ |
| ১১ | গোলাঘাট | ৪২০৭ | ২৭৩৭ | ১০৬৯ | ৪০১ |
| ১২ | হাইলাকান্দি | ১৭০১ | ১৫১৯ | ১৭৯ | ৩ |
| ১৩ | যোৰহাট | ৩৪৯৫ | ২২৩৯ | ২৯৩ | ৯৬৩ |
| ১৪ | কামৰূপ | ৪৪৩২ | ৩৫২০ | ৭৩২ | ১৮০ |
| ১৫ | কামৰূপ মহানগৰ | ৮০৪ | ৫৮৭ | ২১৬ | ১ |
| ১৬ | কাৰ্বি আংলং | ৩৩৮১ | ১৬৬৬ | ১৬৪৪ | ৭১ |
| ১৭ | কৰিমগঞ্জ | ২৬২১ | ২১২৩ | ৪৮৩ | ১৫ |
| ১৮ | কোকৰাঝাৰ | ৪৩২৭ | ২৩৬৪ | ১৮৬১ | ১০২ |
| ১৯ | লখিমপুৰ | ২৬২১ | ২১৮৬ | ৩০৬ | ১২৯ |
| ২০ | মৰিগাঁও | ২১৮১ | ১১১০ | ৮৬৫ | ২০৬ |
| ২১ | নগাঁও | ৫৬৪৩ | ৩২৭৯ | ১৫৭৩ | ৭৯১ |
| ২২ | নলবাৰী | ২৫০৭ | ৯১৩ | ৪০৩ | ১১৯১ |
| ২৩ | উত্তৰ কাছাৰ পাৰ্বত্য | ১১৪৩ | ৪২১ | ৭২২ | ০ |
| ২৪ | শিৱসাগৰ | ৪৯০৫ | ৩৭২০ | ৮৫৬ | ৩২৯ |
| ২৫ | শোণিতপুৰ | ৫৫০৪ | ৩৩৭২ | ১৪৩৬ | ৬৯৬ |
| ২৬ | তিনিচুকীয়া | ৩২১৩ | ১৮৪৬ | ৮৬৭ | ৫০০ |
| ২৭ | ওদালগুৰি | ২৪২০ | ১৫৯ | ১১৫৪ | ১১০৭ |
| সৰ্বমুঠ | ৮৮০৯৯ | ৫২৭৪১ | ২৪৩১২ | ১১০৪৬ | |
| শতকৰা | ৫৯.৮৭ | ২৭.৬ | ১২.৫৪ | ||