মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ

লক্ষ্য আৰু অভিযান

  • লক্ষ্য-

    এখন পৰিস্কাৰ আৰু স্বাস্থ্যকৰ অসম, যত প্ৰতিজন ব্যক্তিয়েই নিৰাপদ খোৱাপানী যোগান, যথোচিত স্বাস্থ্যব্যৱস্থাৰ সুবিধাসমূহ আৰু আটাইতকৈ ভাল স্বাস্থ্যবিধি অভ্যাসৰ জৰিয়তে ব্যক্তিগতভাৱে বা সমূহীয়াভাৱে এটা ন্যায়পূৰ্ণ আৰু গুণগত মানদণ্ডৰ জীৱন স্বীকাৰ কৰি লয় আৰু দায়িত্ব গ্ৰহণ কৰে।

    অভিযান-

    বহনক্ষম নিৰাপদ খোৱাপানী আৰু স্বাস্থ্যব্যৱস্থাৰ সুবিধাসমূহ আৰু সেৱাসমূহ সুনিশ্চিতকৰণৰ জৰিয়তে মানুহৰ জীৱন ধাৰণৰ গুণাগুণ বৃদ্ধি কৰা আৰু লগতে তেওঁলোকৰ নিৰ্বাচন আৰু পচন্দ আৰু সক্ষমতা অনুসৰি স্বাস্থ্যবিধিৰ অভ্যাসসমূহ উন্নত কৰা।